Last Updated on November 29, 2024 by studentabc.xyz
Assamese Class 10 Questions ইণ্টাৰনেটৰ তিতা-মিঠা Previous Years HSLC Questions
Q:-“এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে।” কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? [Marks-4-SEBA HSLC-2023]
Q:- ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ? [Marks-3-SEBA-HSLC-2020]
Q:- পূজাৰ বন্ধত কুঁৱলীহঁত ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল ? [Mark-1-SEBA-HSLC-2023]
Q:- ভাইৰাচ কি? [Marks-2-SEBA-HSLC-2022]
Q:- ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা [Marks-4-SEBA-HSLC-2022]
What To Know
- – ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে .
- – ভাইৰাচ কি.
- – ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা [Marks-4-SEBA-HSLC-2022].